অসমীয়া সাধাৰণ জ্ঞান

Rinku Rajowar
0
🔰জনাছ গহৰ ষ্ট'ৰ কোন দেশৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী?
➖নৰৱে।
🔰'ৰেড লাইট অন, গাড়ী অফ' অভিযান কোন ৰাজ্যই আৰম্ভ কৰিছে?
➖দিল্লী।
🔰আন্দামান-নিকোবৰ স্থিত 'মাউণ্ট হেৰিয়ট'ৰ নতুন নাম কি ৰখা হৈছে?
➖মাউণ্ট মণিপুৰ।
🔰যোৱা ১৬ অক্টোবৰত 'National Security Guard'-ৰ কিমান সংখ্যক প্ৰতিষ্ঠা দিৱস আছিল?
➖৩৭ তম।
🔰ভাৰতৰ প্ৰথম পৰিৱেশ অনুকূল ৰাজপথ কোনটো?
➖দিল্লী-চণ্ডীগড় ৰাজমাৰ্গ।
🔰আৰ্ন্তজাতিক দৰিদ্ৰতা নিৰ্মূলকৰণ দিৱস কেতিয়া?
➖১৭ অক্টোবৰ।
🔰এক্সিছ বেংকৰ নতুন ব্যৱস্থাপক কোন?
➖অমিতাভ চৌধুৰী।
🔰দক্ষিণ-এছীয় ফুটবল মহাসংঘ চেম্পিয়নশ্বিপ-২০২১ কোন দেশে জয় কৰিছে?
➖ভাৰত।
🔰কৰ্ণাটক বেংক লিমিটেডৰ নতুন অধ্যক্ষ কোন?
➖প্ৰদীপ কুমাৰ পাঞ্জা।
🔰নন্দবংশৰ স্থাপক কোন আছিল?
➖মহাপদ্মনন্দ।
🔰বগা ফছফৰাছ ক'ত সংগৃহিত কৰা হয়?
➖পানী।
🔰অন্তৰীক্ষ আয়োগৰ স্থাপন কেতিয়া হৈছিল?
➖১৯৭২ চন।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)