২০ অক্টোবৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

আজি ২০ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৯৩ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৭২ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি বিশ্ব পৰিসংখ্যা দিৱস।
🧭আজি ভিয়েটনামৰ মহিলা দিৱস।
🧭আজিৰ দিনটোতেই ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰিছিল।
🧭আজিৰ দিনটোতেই ১৯৭৩ চনত দ্বিতীয় এলিজাবেথে ছিডনী অপেৰা হাউছ উদ্বোধন কৰিছিল।

✳️সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send