গণিতৰ কুইজ

Rinku Rajowar
0
১) প্ৰশ্ন : .০৮ টকাত কিমান পইচা?
উত্তৰ : ৮ পইচা।
২) প্ৰশ্ন : সমকোণী ত্ৰিভূজ কাক বোলে?
উত্তৰ : কোনো ত্ৰিভূজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণৰ সমান হ’লে তাক সমকোণী ত্ৰিভূজ বোলে।
৩) প্ৰশ্ন : এখন চাইকেলৰ গতিবেগ ১৮ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান হ’ব?
উত্তৰ : ৫ মিটাৰ।
৪) প্ৰশ্ন : দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?
উত্তৰ : এটা বিন্দুত নোৱাৰে।
৫) প্ৰশ্ন : এডাল বাঁহ .৪ ভাগ পানীত, .৫ ভাগ বোকাত আৰু ৭ মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল?
উত্তৰ : ৭০ মিটাৰ।
৬) প্ৰশ্ন : X =৯৯৯ আৰু Y = ১০০০ হ’লে, x2 - y2 ৰ মান কিমান হ’ব?
উত্তৰ : ১৯৯৯।
৭) প্ৰশ্ন : এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল ১৯৬ বৰ্গ মিটাৰ হ’লে, বৰ্গক্ষেত্ৰটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান?
উত্তৰ : ১৪ মিটাৰ।
৮) প্ৰশ্ন : চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব?
উত্তৰ : ১ বাকী থাকিব।
৯) প্ৰশ্ন : ৯৪৩ সংখ্যাটো মৌলিক নে যৌগিক
উত্তৰ : মৌলিক।
১০) প্ৰশ্ন : কোনো এটা বস্তু পাচঁশ টকাত কিনি এহেজাৰ টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ’ব?
উত্তৰ : এশ শতাংশ (১০০%) লাভ হ’ব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)