অসমীয়া সাধাৰণ জ্ঞান

🔰ভাৰতীয় নৌ-সেনাৰ 'কমাণ্ডাৰ সন্মিলন ২০২১'-ৰ দ্বিতীয় সংস্কৰণৰ আয়োজন ক'ত হৈছে?
➖নতুন দিল্লী।
🔰ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া?
➖২৪ অক্টোবৰ।
🔰ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহৰ ৫২ তম সংস্কৰণৰ আয়োজন ক'ত কৰা হৈছে?
➖গোৱা।
🔰'Financial Action Task Force'-ৰ শেহতীয়া প্ৰতিবেদনত কোন দুখন দেশক অৰ্ন্তভূক্ত কৰা হোৱা নাই?
➖মৰিছাছ আৰু বোছৱানা।
🔰'The stars in my sky: Thoose who Brightened my film'  কিতাপখন কোনে লিখিছে?
➖দিব্যা দত্ত।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send