২৬ অক্টোবৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

আজি হ'ল ২৬ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৯৯ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৬৬ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি জম্মু-কাশ্মীৰৰ অধিগ্ৰহণ দিৱস।
🧭আজিৰ দিনটোতেই ১৭৭৪ চনত ফিলাডেলফিয়াত মহাদেশীয় কংগ্ৰেছৰ প্ৰথম 
অধিৱেশন অনুষ্ঠিত হয়।
🧭আজিৰ দিনটোতেই ১৯৩৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম ইলেকট্ৰ'নিক জেনেৰেটৰ কাৰ্যকৰী কৰা হয়।
🧭আজিৰ দিনটোতেই ২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই "USA PATRIOTIC Act"-ক আইনলৈ পৰিৱৰ্তিত কৰে।

✳️সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send