২৬ অক্টোবৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
আজি হ'ল ২৬ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৯৯ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৬৬ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি জম্মু-কাশ্মীৰৰ অধিগ্ৰহণ দিৱস।
🧭আজিৰ দিনটোতেই ১৭৭৪ চনত ফিলাডেলফিয়াত মহাদেশীয় কংগ্ৰেছৰ প্ৰথম 
অধিৱেশন অনুষ্ঠিত হয়।
🧭আজিৰ দিনটোতেই ১৯৩৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম ইলেকট্ৰ'নিক জেনেৰেটৰ কাৰ্যকৰী কৰা হয়।
🧭আজিৰ দিনটোতেই ২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই "USA PATRIOTIC Act"-ক আইনলৈ পৰিৱৰ্তিত কৰে।

✳️সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)