০৯ অক্টোবৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

আজি ৯ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৮২ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---
🧭আজি ভাৰতীয় বৈদেশিক সেৱা দিৱস।
🧭আজি বিশ্ব ডাক দিৱস।
🧭আজি উগাণ্ডাৰ স্বাধীনতা দিৱস।
🧭আজিৰ দিনটোতেই ১৯৪৯ চনত ভাৰতীয় স্থল সেনাৰ প্ৰতিষ্ঠা হৈছিল।
🧭আজিৰ দিনটোতেই ২০০৬ চনত উত্তৰ কোৰিয়াই প্ৰথম পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰে।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send