০৯ অক্টোবৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

©Admin
0
আজি ৯ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৮২ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---
🧭আজি ভাৰতীয় বৈদেশিক সেৱা দিৱস।
🧭আজি বিশ্ব ডাক দিৱস।
🧭আজি উগাণ্ডাৰ স্বাধীনতা দিৱস।
🧭আজিৰ দিনটোতেই ১৯৪৯ চনত ভাৰতীয় স্থল সেনাৰ প্ৰতিষ্ঠা হৈছিল।
🧭আজিৰ দিনটোতেই ২০০৬ চনত উত্তৰ কোৰিয়াই প্ৰথম পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰে।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)