সাধাৰণ জ্ঞান

©Admin
0
🔰ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কোনো এটা দলৰ বিপক্ষে ১০০০ ৰাণ গঢ়া প্ৰথমজন খেলুৱৈ কোন?
➖ৰোহিত শৰ্মা।
🔰কোন ৰাজ্যৰ বাৰা কোলম চাউলে GI টেগ লাভ কৰিছে?
➖মহাৰাষ্ট্ৰ।
🔰ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ নদী ওমনগোট নদী কোন ৰাজ্যত আছে?
➖মেঘালয়।
🔰এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপ-২০২১ ক'ত আয়োজিত হৈছে?
➖দোহা(কাটাৰ)।
🔰ভাৰতীয় ইস্পাত সংঘৰ নতুন মহাসচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া কোন?
➖আলোক সাহাই।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)