Homeকবিতা আবেলিৰ স্তৱক-নিজৰা বৰ্মন ডেকা October 13, 2021 0 শৰতৰ হেঙুলীয়া আবেলি দেখিলে জুৰ পৰে হিয়াখনি ,কোনেনো চটিয়ালে আকাশ ভৰা জোনাক কাটি কৰি সন্ধিয়াৰ এন্ধাৰ অদম্য আশা মোৰ মূৰ দাঙি উঠে তৰাফুলীয়া আকাশখন দেখি ,নিৰ্মেঘ আকাশৰ সাজেলি তৰাই ফুলিব এদিন মোৰ হৃদয় বাকৰিত । Tags: কবিতা নিজৰা বৰ্মন ডেকা