আবেলিৰ স্তৱক-নিজৰা বৰ্মন ডেকা

শৰতৰ হেঙুলীয়া আবেলি 
দেখিলে জুৰ পৰে হিয়াখনি ,
কোনেনো চটিয়ালে আকাশ ভৰা জোনাক 
কাটি কৰি সন্ধিয়াৰ এন্ধাৰ 
অদম্য আশা মোৰ মূৰ দাঙি উঠে 
তৰাফুলীয়া আকাশখন দেখি ,
নিৰ্মেঘ আকাশৰ সাজেলি তৰাই 
ফুলিব এদিন মোৰ হৃদয় বাকৰিত ।

Post a Comment

Previous Post Next Post