কন্যা-অংশুমান ভূঞা

ঘৰৰ গাইজনীৰ চেঁ‌উৰী পোৱালি জগিছে। সকলোৰে চকু-মুখত আনন্দৰ এক আভা বিয়পি পৰিছে।
      কোঠাটোৰ পৰ্দাৰ আঁ‌ৰৰপৰা সকলো কথাৰ গম লৈ থকা চকু এযুৰি আকৌ এবাৰলৈ সেমেকি উঠিল। অৱহেলাই দিয়া সমস্ত বেদনা এটা হুমুনিয়াহ হৈ ওলাই আহিল। 

অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send