১৭ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
  • ১৬০৫ খ্ৰীষ্টাব্দৰ এই দিনটোতে মোগল সম্ৰাট আকবৰৰ মৃত্যু হয়।
  • ১৮১৭ খ্ৰীষ্টাব্দৰ এই দিনটোতে ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয়। তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে। এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।
  • ১৮৩১ খ্ৰীষ্টাব্দৰ এই দিনটোতে ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেই ডাইনামো আৱিষ্কাৰ কৰে।
  • ১৯০০ চনৰ এই দিনটোতে অসমীয়া সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হয়।
  • ১৯১৯ চনৰ এই দিনটোতে ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয়।
  • ১৯২০ চনৰ এই দিনটোতে ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৩৭ চনৰ এই দিনটোতে মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
  • ১৯৪০ চনৰ এই দিনটোতে মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয়।
  • ১৯৭০ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ জন্ম হয়।
  • ১৯৭৯ চনৰ এই দিনটোতে মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হয়।
  • ১৯৮৯ চনৰ এই দিনটোতে শিল্পী যুগল দাসৰ মৃত্যু হয়।
  • ২০০১ চনৰ এই দিনটোতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ'নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।
  • ২০০৩ চনৰ এই দিনটোতে শ্ৰীহৰিকোটাৰ পৰা PSLV-5 ৰ উৎক্ষেপণ কৰা হয়।
  • আজি অসম ক্ৰীড়া দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)