হোৱা নাই শেষ-সান্নিধ্য শইকীয়া

Rinku Rajowar
0
মমবাতিডাল জ্বলি নুমাই গ'ল;
কিন্তু বনিতাৰ ডিঙি টিপা কিৰণ!
কেতিয়াও শেষ হোৱা নাই।
কু-কৰ্মৰ চিকাৰ হৈ থাকিল সদায়!
কিন্তু এই অত্যাচাৰ স্তব্ধৰ কিৰণ,
কেতিয়াও শেষ হোৱা নাই।
ফুলৰ দৰে কোমল মাতৃৰ কাপোৰেৰে বন্ধ কৰি,
বনিতাক দু-ব্যৱহাৰ কৰাৰ কিৰণ,
কেতিয়াও শেষ হোৱা নাই।
নিৰ্জন ৰাস্তাত কোনে জানে কোন কেঁকুৰীত,
বহি আছে কু-মানুহৰ কিৰণ,
কেতিয়াও শেষ হোৱা নাই।
আঁচুৰি খাই যোৱা হয়; কমবয়সীয়া বনিতাক দেখি,
ৰক্তপাত হয় এই মন, অসৎ আচৰণৰ কিৰণ,
কেতিয়াও শেষ হোৱা নাই।।

✍সান্নিধ্য শইকীয়া।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)