মৰমৰ পাটমাদৈ- নজমুল হুছেইন



মোৰ মৰমৰ পাটমাদৈ
কʼৰ  পৰা আহিলা
কোনে দিলে তোমাক 
দুই বৰণীয়া  ৰং।
আগে পিছে ক'লা তোমাৰ ঠোটটি মাজৰ অংশ হালধীয়া
সূৰ্যৰ পোহৰত জিলিকি থকা।
তোমাৰ চোন ঠেং দুখন ক'লা
অন্তৰখনি ক'লা নেকি বাৰু
কেনেকৈ ভাবোঁ   মই
তুমিয়ে মোৰ মৰমৰ পাটমাদৈ।


Post a Comment

Previous Post Next Post