Homeকবিতা মৰমৰ পাটমাদৈ- নজমুল হুছেইন October 28, 2021 0 মোৰ মৰমৰ পাটমাদৈকʼৰ পৰা আহিলাকোনে দিলে তোমাক দুই বৰণীয়া ৰং।আগে পিছে ক'লা তোমাৰ ঠোটটি মাজৰ অংশ হালধীয়াসূৰ্যৰ পোহৰত জিলিকি থকা।তোমাৰ চোন ঠেং দুখন ক'লাঅন্তৰখনি ক'লা নেকি বাৰুকেনেকৈ ভাবোঁ মইতুমিয়ে মোৰ মৰমৰ পাটমাদৈ। Tags: কবিতা নজমুল হুছেইন