০৭ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
আজি ৭ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৮০ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮৫ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি লাউছ দেশৰ ৰাষ্ট্ৰীয় শিক্ষক দিৱস।
🧭আজিৰ দিনটোতেই ১৯১৯ চনত নেডাৰলেণ্ডৰ বিমানসেৱা প্ৰতিষ্ঠা হৈছিল। এয়া আজি পৰ্যন্ত কাৰ্যক্ষম হৈ থকা বিশ্বৰ আটাইতকৈ পুৰণি বিমানসেৱা।
🧭আজিৰ দিনটোতেই ১৯৮৭ চনত ভাৰতৰ শিখ জাতীয়তাবাদীসকলে সাৰ্বভৌম খালিস্তানৰ ঘোষণা কৰিছিল; তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাত ব্যৰ্থ হৈছিল।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)