০৭ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

আজি ৭ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৮০ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮৫ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি লাউছ দেশৰ ৰাষ্ট্ৰীয় শিক্ষক দিৱস।
🧭আজিৰ দিনটোতেই ১৯১৯ চনত নেডাৰলেণ্ডৰ বিমানসেৱা প্ৰতিষ্ঠা হৈছিল। এয়া আজি পৰ্যন্ত কাৰ্যক্ষম হৈ থকা বিশ্বৰ আটাইতকৈ পুৰণি বিমানসেৱা।
🧭আজিৰ দিনটোতেই ১৯৮৭ চনত ভাৰতৰ শিখ জাতীয়তাবাদীসকলে সাৰ্বভৌম খালিস্তানৰ ঘোষণা কৰিছিল; তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাত ব্যৰ্থ হৈছিল।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send