➖লাডাখ।
🔰বিশ্বৰ সৰ্ববৃহৎ ওপঙা সৌৰ ফাৰ্মখন ক'ত আছে?
➖ছিংগাপুৰ।
🔰'Credit Rating Information Services of India Limited'-ৰ নতুন প্ৰবন্ধ নিৰ্দেশক আৰু মুখ্য কাৰ্যবাহী বিষয়া কোন?
➖অমিশ মেহতা।
🔰গুইনাৰ নতুন ৰাষ্ট্ৰপতি কোন?
➖কৰ্ণেল মামাডী দোম্বেয়া।
🔰কিছুদিন পূৰ্বে আৰৱ সাগৰত হোৱা শাহিন ঘূৰ্ণী বতাহে ভাৰতৰ গুজৰাট আৰু মহাৰাষ্ট্ৰক প্ৰভাৱান্বিত কৰিছিল। এই ঘূৰ্ণীবতাহৰ নামাকৰণ কোনে কৰিছে?
➖কাটাৰ দেশ।
💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।