অসমীয়া সাধাৰণ জ্ঞান

Rinku Rajowar
0
🔳বাগুৰুম্বা শব্দৰ অৰ্থ কি ?
- পখিলা

🔳প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজা জন কোন ?
-চুহুংমুং

🔳কোন জন্তুৰ চাৰিটা পাকস্থলী আছে ?
-গৰু

🔳অসমৰ লোক আদালত প্ৰথমতে কত স্থাপন হৈছিল ?
-হাজো

🔳অসমৰ প্ৰথম চাহ খেতিয়ক কোন ?
-জগন্নাথ বৰুৱা

🔳কোন জন্তুৱে সকলোতকৈ বেছি আহাৰ খায় ? 
option - পাণ্ডা,হাটী,চিম্পাঞ্জী,ভালুক
-পাণ্ডা

🔳স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ কোন ?
-পিয়লি ফুকন

🔳পঞ্চম বেদ বুলি কোনখনক জনা যায় ?
-মহাভাৰত

🔳ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কোনে কৰিছিল ?
-শ্বেৰচাহে

🔳হুমায়ুণ নামা কোনে লিখিছিল ?
-গুলবদন বেগম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)