১৮ অক্টোবৰ-দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
৩১ আহিন , সোমবাৰ,ইং ১৮ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/২৭/৩,সূৰ্য্যাস্ত 
ঘ:৪/৫০/৩২

 *ৰাশি:-* কুম্ভ ৰাশি।প্ৰা:ঘ:- ৬/৩/২১ মীন ৰাশি।
 *তিথি :-* শুক্লা ত্ৰয়োদশী। স:ঘ:- ৬/১৫/১৬ লৈ।
 *নক্ষত্ৰ :-* পূৰ্ব্বভাদ্ৰপদ। ঘ:- ১২/০৮/১৭ লৈ।
 *শুভ সংখ্যা:-* ৬/২
 *শুভ ৰং :-* বগা/ কমলা ৰং ।
 *আদ্যঋতু হলে :-* দূৰ্ভগা যোগ।
 *মৰণত দোষ:-*  দ্বিপদ।ঘ:- ১২/৮/১৭ যোৱাত নাই।
 *যাত্ৰা:-* দক্ষিণ দিশত  নাই।স:ঘ:- ৬/১৫/১৬ যোৱাত পশ্চিম দিশত নাই।
 *যোগিনী :-* দক্ষিণ দিশত।স:ঘ:- ৬/১৫/১৬ যোৱাত পশ্চিম দিশত ।
*ভক্ষাভক্ষ্য:-* বেঙেনা খোৱা নিষেধ ।স:ঘ: - ৬/১৫/১৬ যোৱাত মাটি মাহ খোৱা নিষেধ ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, প্ৰেমত শুভ হব, লগতে আজি আপোনাৰ সামান্য কৰ্ম পৰিবৰ্তন  হোৱাৰ  যোগ দেখা যায় ।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, সম্পদ লাভ হব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, সমস্যাৰ সমাধান হব, যদিও আজি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত শুভ হব, লগতে মনৰ আশা পুৰণ হব, যদিও সজাগ নহলে আজি আপোনাৰ সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক সামাজিক কৰ্মত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায় । 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ হব, কৰ্মত শুভ হব, লগতে প্ৰেমত  শুভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰ শান্তি বাঢ়িব, কৰ্মত শুভ হব যদিও আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ   হোৱাটো ভাল হব।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব,সমস্যাৰ সমাধান হব, লগতে আজি আপোনাৰ ঘৰুৱা দিশত শুভ   হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত সন্তানৰ সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি আপুনি মনৰ খংঙ ভাৱ দমন কৰিবলৈ চেষ্টা কৰিব। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সকলো দিশতে সজাগ হোৱাটো ভাল হব। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, যদিও  আজি আপুনি সজাগ নহলে কৰ্মত সামান্য বাধা আহিব পাৰে লগতে আজি আপুনি ঘৰুৱা দিশত সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ ক্ষেত্ৰত উন্নতি হব, মনত শান্তি বাঢ়িব, লগতে সম্পদ লাভ  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              কামাখ্যা গেট ( নাৰ্চাৰী)গুৱাহাটী 

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)