ক) ৩৯৫
খ) ৩৯৬
গ) ৪৪৮ ✅✅
ঘ) ওপৰৰ এটাও নহয়
২) ভাৰতীয় সংবিধানখন পোন প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল?
ক) ১৯৫০
খ) ১৯৫১ ✅✅
গ) ১৯৫২
ঘ) ১৯৫৩
৩) ভাৰতীয় সংবিধানত মুঠ কিমানটা অধ্যায় আছে?
ক) ১২
খ) ২২
গ) ২৫ ✅✅
ঘ) ১০
৪) ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে কেতিয়া কেন্দ্ৰীয় লোকসেৱা আয়োগ ( Central Public Service Commission) গঠন কৰা হৈছিল?
ক) ১৯৫০ চনত
খ) ১৯২৬ চনত ✅✅
গ) ১৯৩৭ চনত
ঘ) ওপৰৰ এটাও নহয়
৫) ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুসূচী আছে?
ক) ১২ ✅✅
খ) ২২
গ) ১০
ঘ) ০৮
৬) প্ৰাৰম্ভিক সময়ত সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিবিষ্ট কৰা হৈছিল?
ক) ১৪ ✅✅
খ) ২১
গ) ২২
ঘ) ২৪
৭) বৰ্তমান সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিবিষ্ট কৰা হৈছে?
ক) ১৪
খ) ২১
গ) ২২ ✅✅
ঘ) ২৪
৮) তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয়?
ক) সাৰ্বভৌমত্ব
খ) সমাজবাদী
গ) দ্বৈত নাগৰিকত্ব ✅✅
ঘ) দৃঢ় আৰু নমনীয়
৯) "Unity and Integrity " শব্দ দুটা সংবিধানৰ ক'ত ক'ত সন্নিৱিষ্ট হৈ আছে?
১. প্ৰস্তাৱনা
২. ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি
৩. মৌলিক অধিকাৰ
৪. মৌলিক কৰ্তব্য
ক) ১ আৰু ৩
খ) ২ আৰু ৩
গ) ১ আৰু ৪ ✅✅
ঘ) কেৱল মাত্ৰ ১
১০) সংবিধানৰ ৪২তম সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত তলত উল্লেখিত কোন কেইটা শব্দ সংযোজন কৰা হয়?
ক) Socialist,Secular, and Integrity ✅✅
খ) Socialist, Secular
গ) Socialist, Unity,Secular
ঘ) Socialist, Secular, Integrity
১১) ভাৰতত পোন প্ৰথমবাৰৰ বাবে ক'ত পঞ্চায়তীৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল?
ক) ৰাজস্থান ✅✅
খ) মহাৰাষ্ট্ৰ
গ) বিহাৰ
ঘ) অসম
১২) ভাৰতীয় সংবিধানখন কোনটো অনুচ্ছেদ অনুযায়ী সংশোধনীৰ ব্যৱস্থা কৰা হৈছে?
ক) ৩৬৮ ✅✅
খ) ৩৬০
গ) ৩৫৫
ঘ) ৩৫৭
১৩) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে?
ক) ২৬০
খ) ৩৬০ ✅✅
গ) ৩৫৬
ঘ) ২৬৮
১৪) ভাৰতীয় সংবিধানত মুঠ কিমানটা মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে?
ক) ৬ টা ✅✅
খ) ৭ টা
গ) ১১ টা
ঘ) ১০ টা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ