দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
৯ কাতি,বুধবাৰ, ইং ২৭ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৩২/০,সূৰ্য্যাস্ত 
ঘ:৪/৪২/১৬

 *ৰাশি:-*    মিথুন ৰাশি। ৰা:ঘ:- ১১/৫২/৫ যোৱাত কৰ্কট ৰাশি।
 *তিথি :-*  কৃষ্ণা ষষ্ঠী। প্ৰা:ঘ:- ৬/৩৩/৫১ লৈ।
 *নক্ষত্ৰ :-* পুনৰ্ব্বসু ।অহোৰাত্ৰ
 *শুভ সংখ্যা:-* ৭/৫
 *শুভ ৰং :-* সেউজীয়া / বগা ৰং ।
 *আদ্যঋতু হলে :-* কান্তা যোগ।
 *মৰণত দোষ:-* দ্বিপদ।প্ৰা:ঘ:- ৬/৩৩/৫১যোৱাত ত্ৰিপদ।
 *যাত্ৰা:-* পশ্চিম দিশত নাই।প্ৰা:ঘ:- ৬/৩৩/৫১ যোৱাত বাযু কোনত নাই।
 *যোগিনী :-* পশ্চিম দিশত ।প্ৰা:ঘ:- ৬/৩৩/৫১ যোৱাত বাযু কোনত ।
*ভক্ষাভক্ষ্য:-* তিতা খোৱা নিষেধ।প্ৰা:ঘ:- ৬/৩৩/৫১ যোৱাত তাল খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, কৰ্মক্ষেত্ৰ বন্ধুৰ সহায় সহযোগিতা লাভ হব যদিও আজি আপুনি সকলো ক্ষেত্ৰতে সজাগ হোৱাটো ভাল হব।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব,যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, মনত শান্তি বাঢ়িব  লগতে কৰ্মক্ষেত্ৰত শুভ  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব,কৰ্ম ক্ষেত্ৰত আনৰ সহায় সহযোগিতা / প্ৰেৰণা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, বন্ধু লাভ হব, আৰ্থিক দিশত শুভ হব যদিও আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব,সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, লগতে কৰ্মক্ষেত্ৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, যদিও আজি আপুনি সকলো দিশতে সজাগ হব লগতে চোৰ প্ৰৱঞ্চকৰ পৰা সাৱধান  হোৱাটো ভাল হব।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, শিল্পী সকলৰ শুভ হব, লগতে আজি আপোনাৰ মনৰ উৎসাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হোৱাৰ সুযোগ লাভ কৰিব, আত্মীয়ৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আপোন ব্যক্তিৰ সানিধ্য লাভ হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ যশস্যা বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মব্যস্ততা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              কামাখ্যা গেট ( নাৰ্চাৰী)গুৱাহাটী 

Ph no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)