সাধাৰণ জ্ঞান

©Admin
0
🔰এছিয়াৰ প্ৰথম তেল শোধানাগাৰ কোনটো ?
➖ডিগবৈ।
🔰অসমীয়া গদ্য সাহিত্যৰ জনক কোন ?
➖ভট্টদেৱ।
🔰চাহৰ বৈজ্ঞানিক নাম কি ?
➖কেমেলিয়া চিনেনচিছ(Camellia sinensis)
🔰মনুষ্য কম্পিউটাৰ কোন ?
➖ভাৰতৰ শকুন্তলা দেৱী।
🔰এছিয়াৰ প্ৰথম সম্পৰ্ণ ভূ-গৰ্ভস্থ (Underground) প্ৰকল্পটোৰ নাম কি ?
➖সঞ্জয় বিদ্যুত প্ৰকল্প। ই হিমাচল প্ৰদেশৰ কিম'ৰ জিলাত অৱস্থিত।


💠সংগ্ৰাহক➖ শাশ্বতী প্ৰিয়দৰ্শিনী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)