কাজিৰঙা-ডিম্পী গগৈ

0
পৃথিৱীৰ প্ৰায় দুই  তৃতীয়াংশ এক খড়্গযুক্ত গঁড়ৰ বাসস্থান
কাজিৰঙা
প্রাণীপ্ৰেমী ,প্ৰকৃতিপ্ৰেমী , চৰাই চিৰিকটি , জীৱ - জন্তুক
প্ৰকৃতিৰ মনোৰম সৌন্দৰ্য বিস্তৃত কাজিৰঙা
এশিঙীয়া গঁড়ৰ বাবে 
কাজিৰঙাই পালে 
পৃথিৱীৰ ঐতিহ্য স্থান
এই এশিঙীয়া গঁড়ক 
আমি নিদিও নো 
কিয় 
 সংৰক্ষণৰ  স্থান  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)