অসমীয়া সাধাৰণ জ্ঞান

©Admin
0
🔰'Mera Ghar Mera Naam'- যোজনা কোন ৰাজ্যত আৰম্ভ হৈছে?
➖পঞ্জাৱ।
🔰'PM Gati Shakti Scheme'-যোজনা কোনে আৰম্ভ কৰিছে?
➖প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
🔰মহাকাশত চিত্ৰগ্ৰহণ সম্পন্ন হোৱা বিশ্বৰ প্ৰথমখন ছবি কি?
➖The Challenge.
🔰ভাৰতীয় অন্তৰীক্ষ সংঘৰ প্ৰথম অধ্যক্ষ কোন?
➖জয়ন্ত পাটিল।
🔰কুশীনগৰ আৰ্ন্তজাতিক বিমান বন্দৰ উদ্বোধন ক'ত হৈছে?
➖উত্তৰ প্ৰদেশ।
🔰Eco-Oscars(2021) বঁটা কোনে লাভ কৰিছে?
➖বিদ্যুৎ মোহন।
🔰ৰাষ্ট্ৰীয় অনুসন্ধান বিকাশ নিগমৰ নতুন অধ্যক্ষ কোন?
➖অমিত ৰাস্তোগী।
🔰বন্যজীৱ কাৰ্য যোজনা অনুমোদন জনোৱা প্ৰথমখন ৰাজ্য কি?
➖মহাৰাষ্ট্ৰ।
🔰কিমান ৱাটত এক একক অশ্বশক্তি হয়?
➖৭৪৬ W।
🔰SAARC-ৰ মুখ্য কাৰ্যালয় ক'ত আছে?
➖কাঠমাণ্ডু।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)