১২ কাতি,শনিবাৰ, ইং ৩০ অক্টোবৰ।
২০২১।
সূৰ্য্যোদয় ঘ:৫/৩৪/১,সূৰ্য্যাস্ত
ঘ:৪/৪০/৩২
*ৰাশি:-* কৰ্কট ৰাশি। ঘ:- ৯/১০/৫০ যোৱাত সিংহ ৰাশি।
*তিথি :-* কৃষ্ণা নৱমী। ঘ:- ৯/৪০/৫৫ লৈ।
*নক্ষত্ৰ :-* অশ্লেষা।ঘ:- ৯/১০/৫০ লৈ।
*শুভ সংখ্যা:-* ১/৮
*শুভ ৰং :-* কলা / নীলা ৰং ।
*আদ্যঋতু হলে :-* কান্তা যোগ।
*মৰণত দোষ:-* এপদ।
*যাত্ৰা:-* পূৱ দিশত নাই।ঘ:- ৯/৪০/৫৫ যোৱাত উত্তৰ দিশত নাই।
*যোগিনী :-* পূৱ দিশত ।ঘ:- ৯/৪০/৫৫ যোৱাত উত্তৰ দিশত ।
*ভক্ষাভক্ষ্য:-* লাও খোৱা নিষেধ। ঘ:- ৯/৪০/৫৫ যোৱাত কলমৌ খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব,যদিও আজি আপুনি সজাগ নহলে আত্মীয় পৰিয়ালৰ পৰা সামান্য অসুবিধা পোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালী সকলৰ কৰ্মক্ষেত্ৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, লগতে কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ হব,লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হব, লগতে আজি আপোনাৰ ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খংঙ, অভিমান/ জেদ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ প্ৰেৰণা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত দেহ মনত সামান্য আঘাট পাৱ পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ আশা পুৰণ হব, ভাবি থকা কৰ্মবোৰ সফল হব যদিও আজি আপুনি পাৰিবাৰিক দিশত সজাগ হোৱাটো ভাল হব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম মনৰ উদ্বিগ্নতা ভাৱ বাঢ়িব পাৰে লগতে কৰ্মক্ষেত্ৰ সফল হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- কামাখ্যা গেট ( নাৰ্চাৰী)
গুৱাহাটী
Ph no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ