দৈনিক ৰাশিফল

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১২ কাতি,শনিবাৰ, ইং ৩০ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৩৪/১,সূৰ্য্যাস্ত 
ঘ:৪/৪০/৩২

 *ৰাশি:-*    কৰ্কট ৰাশি। ঘ:- ৯/১০/৫০ যোৱাত সিংহ ৰাশি।
 *তিথি :-*  কৃষ্ণা নৱমী। ঘ:- ৯/৪০/৫৫ লৈ।
 *নক্ষত্ৰ :-* অশ্লেষা।ঘ:- ৯/১০/৫০ লৈ।
 *শুভ সংখ্যা:-* ১/৮
 *শুভ ৰং :-* কলা / নীলা ৰং ।
 *আদ্যঋতু হলে :-* কান্তা যোগ।
 *মৰণত দোষ:-* এপদ।
 *যাত্ৰা:-* পূৱ দিশত নাই।ঘ:- ৯/৪০/৫৫ যোৱাত উত্তৰ দিশত নাই।
 *যোগিনী :-* পূৱ দিশত ।ঘ:- ৯/৪০/৫৫ যোৱাত উত্তৰ দিশত ।
*ভক্ষাভক্ষ্য:-* লাও খোৱা নিষেধ। ঘ:- ৯/৪০/৫৫ যোৱাত কলমৌ খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব,যদিও আজি আপুনি সজাগ নহলে আত্মীয় পৰিয়ালৰ পৰা সামান্য অসুবিধা পোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালী সকলৰ কৰ্মক্ষেত্ৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, লগতে কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, লগতে প্ৰেমত শুভ  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ হব,লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ সামান্য ধনৰ নাটনি  হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হব, লগতে আজি আপোনাৰ ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খংঙ, অভিমান/ জেদ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ সন্মান লাভ  হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ প্ৰেৰণা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত দেহ মনত সামান্য আঘাট পাৱ পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ আশা পুৰণ হব, ভাবি থকা কৰ্মবোৰ সফল হব যদিও আজি আপুনি পাৰিবাৰিক দিশত সজাগ হোৱাটো ভাল হব। 

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম মনৰ উদ্বিগ্নতা ভাৱ বাঢ়িব পাৰে লগতে কৰ্মক্ষেত্ৰ সফল  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                কামাখ্যা গেট ( নাৰ্চাৰী)
 গুৱাহাটী 

Ph no -9101096481
Wp no - 9577136205

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send