এলকেমিষ্ট-শ্যামল বৰা

0
মৰুপ্ৰান্তৰ সিপাৰে
এখন নেদেখা নদীৰ ঘাট, 

চিত্ৰলেখাৰ তুলিকাও তাতেই থমকি ৰয়, 
নিজানে পৰি ৰয় জোনে ধোৱা বাট... 

( ইউকেল্পিটাছ গছৰ দৰে
এটা নীলা সপোন...) 

গৈ গৈ জীৱন ৰয়, 
ৰৈ ৰৈ সপোন বয়, 
বৈ বৈ মৰম নদীয়ে সাগৰ সাৱটি লয়... 

✍🏻শ্যামল বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)