Homeকবিতা এলকেমিষ্ট-শ্যামল বৰা October 03, 2021 0 মৰুপ্ৰান্তৰ সিপাৰেএখন নেদেখা নদীৰ ঘাট, চিত্ৰলেখাৰ তুলিকাও তাতেই থমকি ৰয়, নিজানে পৰি ৰয় জোনে ধোৱা বাট... ( ইউকেল্পিটাছ গছৰ দৰেএটা নীলা সপোন...) গৈ গৈ জীৱন ৰয়, ৰৈ ৰৈ সপোন বয়, বৈ বৈ মৰম নদীয়ে সাগৰ সাৱটি লয়... ✍🏻শ্যামল বৰা Tags: কবিতা শ্যামল বৰা