মই এজন সাংবাদিক- নজমুল হুছেইন

মই এজন সাংবাদিক
কৰিম কাম
আগুৱাই যাম ।
বোকা পানী নেওচি 
পাহাৰ বগাই 
আনি দিম দেশৰ 
প্ৰকৃত সংবাদ।
মৰিবলৈ নাই ভয়
দেশৰ হকে
স্বাধীন নাগৰিক
মই এজন সাংবাদিক।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send