১০ টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
১) ভাৰতবৰ্ষৰ সংবিধানখন পোন প্ৰথমে কেতিয়া গৃহীত কৰা হৈছিল?
উ:- ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।

২) ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়?
উ:- ১৯৫০ চনৰ ২৬ জানুৱাৰী ।

৩) ভাৰতবৰ্ষৰ সংবিধানৰ পিতৃ বুলি কাক জনা যায়?
উ:- ড' ভীমৰাও আম্বেদকাৰ ।

৪) সংবিধান দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ:- ২৬ নৱেম্বৰ ।

৫) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?
উ:- ৫ বছৰ ।

৬)ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত কিমানজন সদস্য মনোনীত কৰিব পাৰে?
উ:- ১২ জন ।

৭) ৰাষ্ট্ৰপতিয়ে লোকসভাত কিমানজন সদস্য মনোনীত কৰিব পাৰে?
উ:- ২ জন ।

৮)  বৰ্তমান ভাৰতবৰ্ষৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰৰ সংখ্যা কিমান?
উ:- ৬ টা ।

৯) কিমান তম সংবিধান সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আতৰ কৰা হয়?
উ:- ১৯৭৮ চনৰ ৪৪ তম সংবিধান সংশোধনীৰ দ্বাৰা।
১০) বৰ্তমান ভাৰতবৰ্ষৰ সংবিধানত সন্নিবিষ্ট মৌলিক কৰ্তব্যৰ সংখ্যা কিমান?
উ:- ১১ টা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)