সাধাৰণ জ্ঞান-কুইজ

Rinku Rajowar
0
১)নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়?
উত্তৰ: প্ৰবাহমান জলজ(lotic)।
২)তলত দিয়া কোনবিধ উপাদান স্বপোষী?
উত্তৰ: সেউজীয়া উদ্ভিদ।
৩)কি অনুজীৱ নাইট্ৰ’জেন স্থিৰীকৰণৰ সৈতে জড়িত?
উত্তৰ: নীলা সেউজীয়া শেলাই, এনাবিনা।
৪)কোনো এটা নিৰ্দ্ধাৰিত অঞ্চলত(যেনে: এটা হ্ৰদত) থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদক একেলগে কি বুলি কোৱা হয়?
উত্তৰ: বায়’ম।
৫)এশিঙীয়া গঁড় কোন অঞ্চলৰ থলুৱা প্ৰাণী?
উত্তৰ: অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)