গোলাপ-মৌচম হাজৰিকা

অসমীয়া সাহিত্যৰ চানেকি
0
ইমান কোমল,
যেন চুলেই দুখ পাবা!

ইমান স্নিগ্ধ,
যেন চুলেই অপবিত্ৰ হ'বা !

ইমান ধুনীয়া,
যেন চালেই লাজত মৰহি যাবা!

কাৰণ তুমি যে 
মোৰ বুকুৰ গোলাপ,
মোৰ মনৰ গোলাপ!

তথাপিও মই তোমাক
সাৱটিব নোৱাৰোঁ!

কাঁইটৰ মাজত থকা তোমাক 
আপোন কৰিব নোৱাৰো!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)