৪ কাতি,শুক্ৰবাৰ, ইং ২২ অক্টোবৰ।
২০২১।
সূৰ্য্যোদয় ঘ:৫/২৮/৪,সূৰ্য্যাস্ত
ঘ:৪/৪৬/৩৮
*ৰাশি:-* মেষ ৰাশি।ৰা:ঘ:- ১২/৫৪/৫৫ যোৱাত বৃষ ৰাশি।
*তিথি :-* কৃষ্ণা দ্বিতীয়া। ৰা:ঘ:- ১০/৩৩/৫৯লৈ।
*নক্ষত্ৰ :-* ভৰনী। ৰা: ঘ:- ৬/১৬/৩ লৈ।
*শুভ সংখ্যা:-* ৩,৯
*শুভ ৰং :-* ৰঙা,হালধীয়া ৰং ।
*আদ্যঋতু হলে :-* দু:শীলা যোগ।
*মৰণত দোষ:-* এপদ। ৰা:ঘ:- ৬/১৮/৩ যোৱত ত্ৰিপদ। ৰা:ঘ:- ১০/৩৩/৫৯ যোৱাত দ্বিপদ।
*যাত্ৰা:-* উত্তৰ দিশত নাই।ৰা:ঘ:- ১০/৩৩/৫৯ যোৱাত অগ্নি কোনত নাই।
*যোগিনী :-* উত্তৰ দিশত।ৰা:ঘ:- ১০/৩৩/৫৯ যোৱাত অগ্নি কোনত।
*ভক্ষাভক্ষ্য:-* তিতা খোৱা নিষেধ।ৰা:ঘ:- ১০/৩৩/৫৯ যোৱাত পটল খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ লগ বন্ধুৰ লগত সামান্য মতভেদ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, বিবাদ নিস্পতি হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সুখ বাঢ়িব, অৰ্থ আগমন বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত বুদ্ধি বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব, কৰ্মক্ষেত্ৰ সামান্য বাধা আহিব পাৰে যদিও আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম হোৱাৰ যোগ দেখা যায় ।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব। কৰ্মক্ষেত্ৰ আনৰ সহায় সহযোগিতা লাভ হব । লগতে আজি ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ।বাঢ়িব। খেতিয়ক সজকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য কষ্ট বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহলে সামান্য মানসিক ক্লেষ ভাৱ বাঢ়িব, লগতে আজি আপুনি সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হব, বন্ধু লাভ হব লগতে আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰ সামান্য পৰিশ্ৰম বাঢ়িব পাৰে।শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি প্ৰেমত শুভ পোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, মনত শান্তি বাঢ়িব,লগতে আজি সাহিত্য সেৱাত মনোনিৱেশ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- কামাখ্যা গেট ( নাৰ্চাৰী)গুৱাহাটী
Ph no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ