অনুগল্প ৰঙা সেন্দুৰ -সুস্মিতা দাস

Rinku Rajowar
0
এসময়ত ৰাতিপুৱা ৮ বজাত শুই উঠা কণিকাই নিজৰ সকলো কাম মাকৰ হতুৱাই কৰাইছিল , আনকি খোৱা পানী এগিলাচো নিজে লৈ খোৱা নাছিল । কিন্তু, আজি এই কণিকাই ৰাতিপুৱা ৪ বজাত শুই উঠিয়েই গা- পা ধুই জলপান বনোৱা,ভাত ৰন্ধা আদি দৈনিক তালিকাত থকাৰ ওপৰিও শহুৰ - শাহুৱেক, গিৰীয়েক আৰু সন্তান দুটিৰো সমগ্ৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে । আৰু এইবোৰ সকলো পৰিৱৰ্তন হৈছে কেৱল তাইৰ কঁপালত থকা ৰঙা সেন্দুৰ কণৰ বাবে।।


🔳নাম - সুস্মিতা দাস 
বিদ্যালয়ৰ নাম - শংকৰদেৱশিশু নিকেতন, ঝাৰগাঁও 
শ্ৰেণী - দশম 
জিলা - মৰিগাঁও  (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)