২৩কাতি, বুধবাৰ, ইং ১০ নৱেম্বৰ।
২০২১।
সূৰ্য্যোদয় ঘ:৫/৪১/১৩ ,সূৰ্য্যাস্ত
ঘ:৪/৩৩/৫১
*ৰাশি:-* মকৰ ৰাশি।
*তিথি :-* শুক্লা ষষ্ঠী। স:ঘ:- ১/৪২/৫৯ লৈ।
*নক্ষত্ৰ :-* উত্তৰাষাঢ়া।ৰা:ঘ:- ৯/২৫/২৩ লৈ।
*শুভ সংখ্যা:-* ৫/৮
*শুভ ৰং :-* বগা/ সেউজীয়া ৰং।
*আদ্যঋতু হলে :-* সুভগা যোগ।
*মৰণত দোষ:-* দ্বিপদ।ঘ:- ৯/২৫/২৩ যোৱাত নাই। ঘ: ১/৪২/৫৯ যোৱাত এপদ।
*যাত্ৰা:-* পশ্চিম নাই।ঘ:- ১/৪২/৫৯ যোৱাত বাযু কোনত নাই।
*যোগিনী :-* পশ্চিম ।ঘ:- ১/৪২/৫৯ যোৱাত বাযু কোনত।
*ভক্ষাভক্ষ্য:-* তিতা খোৱা নিষেধ। ঘ:- ১/৪২/৫৯ যোৱাত তাল খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মত লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য কৰ্মক্ষেত্ৰ পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাবোৰ সমাধন হব,শত্ৰু নাশ হব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আলহীৰ আগমন হব,প্ৰেমত শুভ হব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব, লগতে সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে আপোন মানুহৰ লগত মনোমালিন্য হব পাৰে লগতে আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম প্ৰেৰণা লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে মনোমালিন্য বা শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব,কৰ্মব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য বাধা আহিব পাৰে লগতে প্ৰেমত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন ধান বাঢ়িব,কৰ্মত সন্মান লাভ হব, মনত আনন্দ বৃদ্ধি হব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বুদ্ধি ভ্ৰষ্ট হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, মনত উৎসাহ বাঢ়িব যদিও যদিও আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মানসিক চিন্তা বাঢ়িব পাৰে, কৰ্মক্ষেত্ৰ সামান্য পৰিৱৰ্তন আহিব পাৰে লগতে আজি আপুনি যান বাহনৰ পৰা সাৱধান হোৱাটো ভাল হব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব, লগতে আজি আপোনাৰ শত্ৰু হানি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :-
" মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ