১০ নৱেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
  1. গীতাঞ্জলি (কাব্যগ্ৰন্থ)ৰ বাবে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰলৈ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা কৰা হয় ১৯১৩ চনৰ আজিৰ দিনটোতে।
  2. ১৮৮৮ চনৰ আজিৰ দিনটোতে মৌলানা আবুল কালাম আজাদৰ জন্ম হয়।
  3. চন্দ্ৰ শেখৰে সমাজবাদী জনতা পাৰ্টি গঠন কৰি কংগ্ৰেছৰ সমৰ্থন লৈ ১৯৯০ৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত লয়।
  4. আজিৰ দিনটোতে ১৪৮৩ খ্ৰীষ্ট্ৰাব্দত সংস্কাৰকামী আন্দোলনৰ নেতা তথা ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ জন্ম হয়।
  5. ইংৰাজ চিত্ৰশিল্পী আৰু ভাস্কৰ উইলিয়াম হগাৰ্থৰ জন্ম হয় ১৬৯৭ চনৰ আজিৰ দিনটোতে।
  6. আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা দক্ষ যোদ্ধা কামাল পাছাৰ মৃ্ত্যু হয় আজিৰ দিনটোতে।
  7. পৃথিৱীৰ আকাশত বিখ্যত হেলীৰ ধূমকেতু দৃশ্যমান হয় ১৯৮২ চনৰ আজিৰ দিনটোতে।
  8. ১৯৭০ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ লুনা -১৭ নামৰ মহাকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ। উল্লেখযোগ্য যে এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখেদ- ১স্থাপন কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)