১৫কাতি, মঙ্গলবাৰ, ইং ২ নৱেম্বৰ।
২০২১।
সূৰ্য্যোদয় ঘ:৫/৩৬/২ ,সূৰ্য্যাস্ত
ঘ:৪/৩৮/৪৫
*ৰাশি:-* কন্যা ৰাশি।
*তিথি :-* কৃষ্ণা দ্বাদশী। ঘ:- ৮/১৯/০ লৈ।
*নক্ষত্ৰ :-* উত্তৰফাল্গুনী ।ঘ:- ৯/৪২/২১ লৈ।
*শুভ সংখ্যা:-* ৯/১
*শুভ ৰং :-* ৰঙা/ সোনালী ৰং ।
*আদ্যঋতু হলে :-* কান্তা যোগ।
*মৰণত দোষ:-* পূৰ্ণদোষ।ঘ:- ৮/১৯/০ ত্ৰিপদ,ঘ:- ৯/৪২/২১ যোৱাত এপদ।
*যাত্ৰা:-* নৈঋত কোনত নাই।ঘ:- ৮/১৯/০ যোৱাত দক্ষিণ দিশত নাই।
*যোগিনী :-* নৈঋত কোনত।ঘ:- ৮/১৯/০ যোৱাত দক্ষিণ দিশত।
*ভক্ষাভক্ষ্য:-* পূৰৈ শাক খোৱা নিষেধ। ঘ:- ৮/১৯/০ যোৱাত বেঙেনা খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সামান্য জতিলতা বাঢ়িব পাৰে, লগতে আজি আপুনি সকলো দিশতে সজাগ আৰু সচেতন হৈ চলিব।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, শাৰীৰিক দিশতো মধ্যম হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ব্যস্ততা বাঢ়িব, শিল্পী সকলৰ কৰ্মত শুভ হব , যদিও আজি আপুনি সজাগ নহলে সামান্য প্ৰাপ্য হানি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, বন্ধু লাভ হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ বুদ্ধিৰ বিকাশ হব, ভ্ৰমণৰ সুযোগ লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য প্ৰতাৰণা সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব পাৰে, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব,বিদ্যাৰ্থী সকলৰ শুভ হব,লগতে আজি আপোনাৰ মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত খেতিয়ক সকলৰ সামান্য কষ্ট হব পাৰে, কৰ্মক্ষেত্ৰ সজাগ নহলে সামান্য ক্ষয়তি হব পাৰে, লগতে আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম শুভ হব, কৰ্মত শুভ হব, লগতে আজি আপোনাৰ সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, দ্ৰব্য লাভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত কৰ্মত নতুনকৈ সুযোগ লাভ কৰিব, ভ্ৰমণত শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য সম্পদ নষ্ট হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, সন্তানৰ সুখ বাঢ়িব, যদিও আজি আপুনি সকলো কৰ্মতে সতৰ্ক হোৱাটো ভাল হব।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- কামাখ্যা গেট ( নাৰ্চাৰী)
গুৱাহাটী
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ