দৈনিক ৰাশিফল

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১৫কাতি, মঙ্গলবাৰ, ইং ২ নৱেম্বৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৩৬/২ ,সূৰ্য্যাস্ত 
ঘ:৪/৩৮/৪৫

 *ৰাশি:-*  কন্যা ৰাশি।
 *তিথি :-*  কৃষ্ণা দ্বাদশী। ঘ:- ৮/১৯/০ লৈ।
 *নক্ষত্ৰ :-* উত্তৰফাল্গুনী ।ঘ:- ৯/৪২/২১ লৈ।
 *শুভ সংখ্যা:-* ৯/১
 *শুভ ৰং :-* ৰঙা/ সোনালী ৰং ।
 *আদ্যঋতু হলে :-* কান্তা যোগ।
 *মৰণত দোষ:-* পূৰ্ণদোষ।ঘ:- ৮/১৯/০ ত্ৰিপদ,ঘ:- ৯/৪২/২১ যোৱাত এপদ।
 *যাত্ৰা:-* নৈঋত কোনত নাই।ঘ:- ৮/১৯/০ যোৱাত দক্ষিণ দিশত নাই।
 *যোগিনী :-* নৈঋত কোনত।ঘ:- ৮/১৯/০ যোৱাত দক্ষিণ দিশত।
*ভক্ষাভক্ষ্য:-* পূৰৈ শাক খোৱা নিষেধ। ঘ:- ৮/১৯/০ যোৱাত বেঙেনা খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সামান্য জতিলতা বাঢ়িব পাৰে, লগতে আজি আপুনি সকলো দিশতে সজাগ আৰু সচেতন হৈ চলিব। 

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  মনত শান্তি বাঢ়িব, শাৰীৰিক দিশতো মধ্যম হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ব্যস্ততা বাঢ়িব, শিল্পী সকলৰ কৰ্মত  শুভ  হব , যদিও আজি আপুনি সজাগ নহলে সামান্য প্ৰাপ্য হানি হোৱাৰ যোগ দেখা যায়। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, বন্ধু লাভ হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সজাগ নহলে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ বুদ্ধিৰ বিকাশ হব, ভ্ৰমণৰ সুযোগ লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য প্ৰতাৰণা সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব পাৰে, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হব,বিদ্যাৰ্থী সকলৰ শুভ হব,লগতে আজি আপোনাৰ মনৰ আশা পুৰণ  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত খেতিয়ক   সকলৰ সামান্য কষ্ট হব পাৰে, কৰ্মক্ষেত্ৰ সজাগ নহলে সামান্য ক্ষয়তি হব পাৰে, লগতে আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম শুভ হব, কৰ্মত শুভ হব, লগতে আজি আপোনাৰ সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ  আশা পুৰণ হব, দ্ৰব্য লাভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত কৰ্মত নতুনকৈ সুযোগ লাভ কৰিব, ভ্ৰমণত শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য সম্পদ নষ্ট হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, সন্তানৰ সুখ বাঢ়িব, যদিও আজি আপুনি সকলো কৰ্মতে সতৰ্ক হোৱাটো ভাল হব।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                কামাখ্যা গেট ( নাৰ্চাৰী)
 গুৱাহাটী 

Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send