Homeকবিতা কাৰ বাবে-বৰষা ডেকা November 07, 2021 0 কাৰ বাবে জানো অপেক্ষাত থাকিপ্ৰতিটো নিশাই টোপনি ভাঙেশেৱালি ফুলৰ সুবাসেআগচি ধৰে মোৰ মন প্ৰতিপল কাৰ বাবেনো মোৰ মন আজি ইচাটি-বিচাটি কৰেকাৰ বাবেনো মোৰ মন আজি উগুল-থুগুল কৰেপ্ৰতি উশাহত বুকুখনে থমকি থমকি কঁপে Tags: কবিতা বৰষা ডেকা