কাৰ বাবে-বৰষা ডেকা

কাৰ বাবে জানো অপেক্ষাত থাকি
প্ৰতিটো নিশাই টোপনি ভাঙে

শেৱালি ফুলৰ সুবাসে
আগচি ধৰে মোৰ মন প্ৰতিপল 

কাৰ বাবেনো মোৰ মন আজি ইচাটি-বিচাটি কৰে
কাৰ বাবেনো মোৰ মন আজি উগুল-থুগুল কৰে
প্ৰতি উশাহত বুকুখনে থমকি থমকি কঁপে 


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send