➡️ পৰমবীৰ চক্ৰ
২/প্ৰ: শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় খেল কি❓
➡️ ভলিবল
৩/প্ৰ: ICC ৰ মুখ্য কাৰ্যালয় ক'ত আছে❓
➡️ ডুবাইত
৪/প্ৰ: বিশ্ব স্বাস্হ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত❓
➡️ জেনেভাত
৫/প্ৰ: অসমৰ কোনখন জিলাক কাৰ্বনমুক্ত জিলা হিচাপে ঘোষনা কৰা হয়❓
➡️ মাজুলী
৬/প্ৰ: কোনখন হাবি যাদব পায়েঙে অকলে বনাইছিল❓
➡️ মলাই ফৰেষ্ট
৭/প্ৰ: ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আযোগৰ সদস্য সকলৰ কাৰ্যকাল কেইবছৰ❓
➡️ ১০ বছৰ
৮/প্ৰ: অসমৰ কোনখন চহৰ ইটালীৰ ৰাজকুমাৰীৰ নামেৰে নামাকৰণ কৰা হৈছে❓
➡️ মাৰ্ঘেৰিটা
৯/প্ৰ: NABARD ৰ মুখ্য কাৰ্যালয় ক'ত ❓
➡️ মুম্বাই
১০/প্ৰ: কোনজন ৰজাৰ দিনত বিহুগীত আৰু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰা হৈছিল❓
➡️ ৰুদ্ৰ সিংহৰ দিনত
১১/প্ৰ: "King Of Bihu" বুলি কোনজন গায়কক কোৱা হয়❓
➡️ খগেন মহন্ত
১২/প্ৰ: কেতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিবাদমান "ৰাম মন্দিৰ" গোচৰৰ চুড়ান্ত ৰায় প্ৰদান কৰিছিল❓
➡️ ৯ নবেম্বৰ,২০১৯
১৩/প্ৰ: "NEEPCO" ৰ কাৰ্যালয় ক'ত আছে❓
➡️ শ্বিলং
১৪/প্ৰ: ২০২২ চনৰ অলিম্পিক কোনখন দেশত অনুষ্ঠিত হব❓
➡️ চীন
১৫/প্ৰ: বৰ্তমান নৱ-নিযুক্ত অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ কোন❓
➡️ ৰূক্ম গোহাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ