সাধাৰণ জ্ঞান

Rinku Rajowar
0
১/প্ৰ: ভাৰতৰ সৰ্বোচ্চ সাহসিকতাৰ বটাঁ কি❓
➡️ পৰমবীৰ চক্ৰ

২/প্ৰ: শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় খেল কি❓
➡️ ভলিবল

৩/প্ৰ: ICC ৰ মুখ্য কাৰ্যালয় ক'ত আছে❓
➡️ ডুবাইত

৪/প্ৰ: বিশ্ব স্বাস্হ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত❓
➡️ জেনেভাত

৫/প্ৰ: অসমৰ কোনখন জিলাক কাৰ্বনমুক্ত জিলা হিচাপে ঘোষনা কৰা হয়❓
➡️ মাজুলী

৬/প্ৰ: কোনখন হাবি যাদব পায়েঙে অকলে বনাইছিল❓
➡️ মলাই ফৰেষ্ট

৭/প্ৰ: ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আযোগৰ সদস্য সকলৰ কাৰ্যকাল কেইবছৰ❓
➡️ ‍১০ বছৰ

৮/প্ৰ: অসমৰ কোনখন চহৰ ইটালীৰ ৰাজকুমাৰীৰ নামেৰে নামাকৰণ কৰা হৈছে❓
➡️ মাৰ্ঘেৰিটা

৯/প্ৰ: NABARD ৰ মুখ্য কাৰ্যালয় ক'ত ❓
➡️ মুম্বাই

১০/প্ৰ: কোনজন ৰজাৰ দিনত বিহুগীত আৰু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰা হৈছিল❓
➡️ ৰুদ্ৰ সিংহৰ দিনত

১১/প্ৰ: "King Of Bihu" বুলি কোনজন গায়কক কোৱা হয়❓
➡️ খগেন মহন্ত

১২/প্ৰ: কেতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিবাদমান "ৰাম মন্দিৰ" গোচৰৰ চুড়ান্ত ৰায় প্ৰদান কৰিছিল❓
➡️ ৯ নবেম্বৰ,২০১৯

১৩/প্ৰ: "NEEPCO"  ৰ কাৰ্যালয় ক'ত আছে❓
➡️ শ্বিলং

১৪/প্ৰ: ২০২২ চনৰ অলিম্পিক কোনখন দেশত অনুষ্ঠিত হব❓
➡️ চীন

১৫/প্ৰ: বৰ্তমান নৱ-নিযুক্ত অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ কোন❓
➡️ ৰূক্ম গোহাই


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)