দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১৬কাতি, বুধবাৰ, ইং ৩ নৱেম্বৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৩৬/৪৩ ,সূৰ্য্যাস্ত 
ঘ:৪/৩৮/১১

 *ৰাশি:-*  কন্যা ৰাশি। ৰা:ঘ:- ৮/২৮/২১ যোৱাত তুলা ৰাশি।
 *তিথি :-*  কৃষ্ণা ত্ৰযোদশী।প্ৰা: ঘ:- ৬/৫৭/৩৬ লৈ।
 *নক্ষত্ৰ :-*  হস্তা ।ঘ:- ৮/৫৯/৫৯ লৈ।
 *শুভ সংখ্যা:-* ৫/১
 *শুভ ৰং :-*  বগা/ সেউজীয়া ৰং ।
 *আদ্যঋতু হলে :-*  বেশ্যা  যোগ।
 *মৰণত দোষ:-* নাই।প্ৰা:ঘ:- ৬/৫৭/৩৬ যোৱত এপদ,শে: ৰা:ঘ:- ৫/১৪/২৫ যোৱাত নাই।
 *যাত্ৰা:-* দক্ষিণ দিশত  নাই।প্ৰা:ঘ:- ৬/৫৭/৩৬ যোৱাত পশ্চিম দিশত নাই, শে:ৰা:ঘ:- ৫/১৪/২৫ যোৱাত ঈশান কোনত  নাই।
 *যোগিনী :-* দক্ষিণ দিশত।প্ৰা:ঘ:- ৬/৫৭/৩৬ যোৱাত পশ্চিম দিশত , শে:ৰা:ঘ:- ৫/১৪/২৫ যোৱাত ঈশান কোনত ।
*ভক্ষাভক্ষ্য:-* বেঙেনা শাক খোৱা নিষেধ।প্ৰা: ঘ:- ৬/৫৭/৩৬ যোৱাত মাটিমাহ, মাছ মাংস  খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, সন্মান লাভ কৰিব, লগতে আজি আপুনি প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰে।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব , যদিও আজি আপুনি সজাগ নহলে সামান্য মনটো আৱেগিক হব পাৰে লগতে সজাগ নহলে সামান্য মনৰ আশা ভংগ  হোৱাৰ যোগ দেখা যায়। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য কষ্ট পাৱ পাৰে লগতে আজি আপুনি যান বাহনৰ পৰা সাৱধান হোৱাটো ভাল হব। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে কোনো ব্যক্তিৰ দ্বাৰা আজি আপোনাৰ ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সামান্য খৰছ বাঢ়িব পাৰে, লগতে আজি আপুনি কৰ্মত সজাগ নহলে সামান্য মিছা আপৱাদ পোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাগ্যৰ পৰিবৰ্তন হব পাৰে, আত্মীয়ৰ আগমন হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন হব, কৰ্মত ন্যায় লাভ হব, লগতে আজি আপোনাৰ ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, যদিও আজি আপোনাৰ মনত সামান্য উদ্বিগ্নতাৰ ভাৱ বাঢ়িব পাৰে, লগতে শৰীৰত সামান্য এলাহ ভাৱ  বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত উত্তম ভোজন লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি আমাৰ পোৱাৰ মনত সামান্য উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, শত্ৰু নাশ হব যদিও আজি আপোনাৰ মনটো সামান্য স্বাৰ্থপৰতাৰ ভাৱ বাঢ়িব পাৰে।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                
" মা কামাখ্যা গেট " (নাৰ্চাৰী)গুৱাহাটী 

Ph no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)