০৩ নৱেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

🔴১৯৫৭ চনৰ আজিৰ দিনটোতে স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়। 
🔴১৮৮৫ চনৰ আজিৰ দিনটোত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জন্ম হৈছিল।
🔴১৯৩৩ চনৰ আজিৰ দিনটোত নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অৰ্মত্য সেনৰ জন্ম হৈছিল।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send