সাহিত্য অকাডেমি বঁটা বিজয়ীসকল আৰু গ্ৰন্থৰ নাম তালিকা

Rinku Rajowar
0
বৰ্ষ বিজয়ী গ্ৰন্থ প্ৰকাৰ
১৯৫৫ যতীন্দ্ৰ নাথ দুৱৰা  -বনফুল  (কবিতা সংকলন)
১৯৫৬ বঁটা প্ৰদান কৰা হোৱা নাই
১৯৫৭ বঁটা প্ৰদান কৰা হোৱা নাই
১৯৫৮ বঁটা প্ৰদান কৰা হোৱা নাই
১৯৫৯ বঁটা প্ৰদান কৰা হোৱা নাই
১৯৬০ বেণুধৰ শৰ্মা- কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত (স্মৃতিকথা)
১৯৬১ বীৰেন্দ্ৰ কুমাৰ - ভট্টাচাৰ্য্য ঈয়াৰুইঙ্গম (উপন্যাস)
১৯৬২ বঁটা প্ৰদান কৰা হোৱা নাই
১৯৬৩ বঁটা প্ৰদান কৰা হোৱা নাই
১৯৬৪ বিৰিঞ্চি কুমাৰ বৰুৱা- অসমৰ লোক-সংস্কৃতি (লোক-সংস্কৃতি বিষয়ক)
১৯৬৫ বঁটা প্ৰদান কৰা হোৱা নাই
১৯৬৬ অম্বিকাগিৰী ৰায়চৌধুৰী -বেদনাৰ উল্কা (কবিতা সংকলন)
১৯৬৭ ত্ৰৈলোক্য নাথ গোস্বামী -আধুনিক গল্প সাহিত্য (সাহিত্য সমালোচনা)
১৯৬৮ নলিনীবালা দেৱী - অলকানন্দা (কবিতা সংকলন)
১৯৬৯ অতুল চন্দ্ৰ হাজৰিকা - মঞ্চলেখা (অসমীয়া মঞ্চ-নাট বিষয়ক গদ্য)
১৯৭০ লক্ষ্মীনাথ ফুকন - মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ (স্মৃতিকথা)
১৯৭১ বঁটা প্ৰদান কৰা হোৱা নাই
১৯৭২ চৈয়দ আব্দুল মালিক- অঘৰী আত্মাৰ কাহিনী (উপন্যাস)
১৯৭৩ বঁটা প্ৰদান কৰা হোৱা নাই
১৯৭৪ সৌৰভ কুমাৰ চলিহা -গোলাম (গল্প সংকলন)
১৯৭৫ নৱকান্ত বৰুৱা- ককাদেউতাৰ হাড় (উপন্যাস)
১৯৭৬ ভবেন্দ্ৰ নাথ শইকীয়া -শৃংখল (গল্প সংকলন)
১৯৭৭ আনন্দ চন্দ্ৰ বৰুৱা- বকুল বনৰ কবিতা (কবিতা সংকলন)
১৯৭৮ হোমেন বৰগোহাঞি- পিতা-পুত্ৰ  (উপন্যাস)
১৯৭৯ ভবেন বৰুৱা -সোণালী জাহাজ  (কবিতা সংকলন)
১৯৮০ যোগেশ দাস -পৃথিৱীৰ অসুখ (গল্প সংকলন)
১৯৮১ নীলমণি ফুকন -কবিতা (কবিতা সংকলন)
১৯৮২ মামণি ৰয়ছম গোস্বামী (ইন্দিৰা গোস্বামী) -মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস  (উপন্যাস)
১৯৮৩ নিৰ্মলপ্ৰভা বৰদলৈ - সুদীৰ্ঘ দিন আৰু ৰাতি (কবিতা সংকলন)
১৯৮৪ দেবেন্দ্ৰ নাথ আচাৰ্য  -জংগম  (উপন্যাস)
১৯৮৫ কৃষ্ণকান্ত সন্দিকৈ - কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ (সাহিত্য সমালোচনা)
১৯৮৬ তীৰ্থনাথ শৰ্মা  -বেণুধৰ শৰ্মা (জীৱনী)
১৯৮৭ হৰেকৃষ্ণ ডেকা - আন এজন (কবিতা সংকলন)
১৯৮৮ লক্ষ্মীনন্দন বৰা- পাতাল ভৈৰৱী (উপন্যাস)
১৯৮৯ হীৰেন গোহাঁই -অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা ( গদ্য)
১৯৯০ স্নেহ দেৱী-স্নেহ দেৱীৰ একুঁকি গল্প (গল্প সংকলন)
১৯৯১ অজিৎ বৰুৱা -ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (কবিতা সংকলন)
১৯৯২ হীৰেণ ভট্টাচাৰ্য- শ‍ইচৰ পথাৰ মানুহ (কবিতা সংকলন)
১৯৯৩ কেশৱ মহন্ত -মোৰো যে কিমান হেঁপাহ (কবিতা সংকলন)
১৯৯৪ শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) -মধুপুৰ বহুদূৰ (গল্প সংকলন)
১৯৯৫ চন্দ্ৰপ্ৰসাদ শইকীয়া -মহাৰথী ( উপন্যাস)
১৯৯৬ নিৰুপমা বৰগোহাঞি- অভিযাত্ৰী (উপন্যাস)
১৯৯৭ নগেন শইকীয়া -আন্ধাৰত নিজৰ মুখ (গল্প সংকলন)
১৯৯৮ অৰুণ শৰ্মা -আশীৰ্বাদৰ ৰং (উপন্যাস)
১৯৯৯ মেদিনী চৌধুৰী- বিপন্ন সময় (উপন্যাস)
২০০০ অপূৰ্ব শৰ্মা -বাঘে টাপুৰ ৰাতি( গল্প সংকলন)
২০০১ মহিম বৰা- এধানী মাহীৰ হাঁহি (উপন্যাস)
২০০২ নলিনীধৰ ভট্টাচাৰ্য- মহৎ ঐতিহ্য (গদ্য)
২০০৩ বীৰেশ্বৰ বৰুৱা -অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা (কবিতা সংকলন)
২০০৪ হীৰেন্দ্ৰ নাথ দত্ত -মানুহ অনুকূলে (কবিতা সংকলন)
২০০৫ য়েছে দৰজে ঠংচি -মৌন ওঁঠ মুখৰ হৃদয় (উপন্যাস)
২০০৬ অতুলানন্দ গোস্বামী -চেনেহ জৰীৰ গাঁথি (গল্প সংকলন)
২০০৭ পূৰবী বৰমুদৈ- শান্তনুকুলনন্দন (উপন্যাস)
২০০৮ ৰীতা চৌধুৰী -দেও লাংখুই (উপন্যাস)
২০০৯ ধ্ৰুৱজ্যোতি বৰা -কথা ৰত্নাকৰ (উপন্যাস)
২০১০ কেশদা মহন্ত -অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি (সাহিত্য বিষয়ক)
২০১১ কবীন ফুকন- এই অনুৰাগী এই উদাস (কবিতা সংকলন)
২০১২ চন্দনা গোস্বামী- পাটকাইৰ ইপাৰে মোৰ দেশ  (উপন্যাস)
২০১৩ ৰবীন্দ্ৰ সৰকাৰ- ধূলিয়ৰি ভৰিৰ সাঁচ (কবিতা সংকলন)
২০১৪ অৰূপা কলিতা পটংগীয়া- মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (গল্প সংকলন)
২০১৫ কুল শইকীয়া -আকাশৰ ছবি আৰু অন্যান্য গল্প (গল্প সংকলন)
২০১৬ জ্ঞান পূজাৰী -মেঘমালাৰ ভ্ৰমণ (কবিতা সংকলন(
২০১৭ জয়ন্ত মাধৱ বৰা -মৰিয়াহ'লা (উপন্যাস)
২০১৮ সনন্ত তাঁতি -কাইলৈৰ দিনটো আমাৰ হ'ব (কবিতা সংকলন)
২০১৯ জয়শ্ৰী গোস্বামী মহন্ত- চাণক্য (উপন্যাস)

উৎস: ফেইচবুক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)