দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১৭কাতি, বৃহস্পতিবাৰ, ইং ৪ নৱেম্বৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৩৭/৫ ,সূৰ্য্যাস্ত 
ঘ:৪/৩৭/১৭

 *ৰাশি:-*   তুলা ৰাশি।
 *তিথি :-*  আমাৱস্যা । ৰা:ঘ:- ৩/১৫/১০ লৈ।
 *নক্ষত্ৰ :-*  চিত্ৰা ।ঘ:- ৭/৫৭/৫ লৈ।
 *শুভ সংখ্যা:-* ২/৩
 *শুভ ৰং :-*  ৰঙা/ হালধীয়া ৰং।
 *আদ্যঋতু হলে :-*  বেশ্যা  যোগ।
 *মৰণত দোষ:-* নাই।
 *যাত্ৰা:-* ঈশান কোনত  নাই।ৰা:ঘ:- ৩/২৫/১০ যোৱাত পূৱ  দিশত নাই।
 *যোগিনী :-* ঈশান কোনত  নাই।ৰা:ঘ:- ৩/২৫/১০ যোৱাত পূৱ  দিশত নাই।
*ভক্ষাভক্ষ্য:-* মাছ মাংস খোৱা নিষেধ।ৰা: ঘ:- ৩/১৫/১০ যোৱাত কোমোৰা খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব, কৰ্মব্যস্ততা বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হব পাৰে লগতে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, শুভ সংবাদ লাভ হব, লগতে ঘৰত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, মনত শান্তি ভাৱ বাঢ়িব যদিও আজি আপুনি বিবাদৰ পৰা আতৰি থাকিব। 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সজাগ নহলে সামান্য কষ্ট পাৱ পাৰে, সজাগ নহলে সামান্য মিছা আপৱাদ পাৱ পাৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত শুভ হব, আত্মীয়ৰ আগমন হব, লগতে কৰ্মত আনৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনক সহায় সহযোগিতা কৰাৰ মনোভাৱ বাঢ়িব, কৰ্মত ন্যায়  লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান  লাভ হব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি  সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত উত্তম শুভ সংবাদ লাভ হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি আপোনাৰ মনত সামান্য আনন্দ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হব, বন্ধুৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য বিষণ্ণতাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                
" মা কামাখ্যা গেট " (নাৰ্চাৰী)গুৱাহাটী 

Ph no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)