ডেউকা ভঙা পখী- বিভা দত্ত

ঘুমতি নহাৰ বিনিদ্ৰ ৰজনী 
নিস্তব্ধ নিতাল মই মাথোঁ 
ইকাতি আৰু সিকাতি!
ডেউকা ভঙা পাখি  
পৰি থাকো সোঁৱৰণী সুঁৱৰি ।
ঈগল চৰাইৰ নিচিনা
নহʼলো স্বাভিমানী 
ভঙা পাখি ভঙা ঠোঁট                               
ঠেতালি পুনৰ গজায়
উৰি ফুৰিম তোমাৰ
বতৰা বিচাৰি।

      

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send