Homeকবিতা ডেউকা ভঙা পখী- বিভা দত্ত November 04, 2021 0 ঘুমতি নহাৰ বিনিদ্ৰ ৰজনী নিস্তব্ধ নিতাল মই মাথোঁ ইকাতি আৰু সিকাতি!ডেউকা ভঙা পাখি পৰি থাকো সোঁৱৰণী সুঁৱৰি ।ঈগল চৰাইৰ নিচিনানহʼলো স্বাভিমানী ভঙা পাখি ভঙা ঠোঁট ঠেতালি পুনৰ গজায়উৰি ফুৰিম তোমাৰবতৰা বিচাৰি। Tags: কবিতা বিভা দত্ত