তোমাৰ স্মৃতি-আশ্ৰিফা ইয়াছমিন

তোমাৰ মৌনতাই
কৈ যোৱা প্ৰতিটো শব্দ 
তোমাৰ দুচকুৰে
মই চোৱা প্ৰতিটো দৃশ্য 
মোৰ হৃদয়ৰ এচুকত ,
আজিও সজীৱ ।
তোমাৰ প্ৰতিটো স্মৃতি
আৰু তোমালৈ থকা
সেই চিনাকি অনুভৱ
আজিও সজীৱ ।

✍️ আশ্ৰিফা ইয়াছমিন।
জিলা:মৰিগাঁও

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send