তোমাৰ স্মৃতি-আশ্ৰিফা ইয়াছমিন

Rinku Rajowar
0
তোমাৰ মৌনতাই
কৈ যোৱা প্ৰতিটো শব্দ 
তোমাৰ দুচকুৰে
মই চোৱা প্ৰতিটো দৃশ্য 
মোৰ হৃদয়ৰ এচুকত ,
আজিও সজীৱ ।
তোমাৰ প্ৰতিটো স্মৃতি
আৰু তোমালৈ থকা
সেই চিনাকি অনুভৱ
আজিও সজীৱ ।

✍️ আশ্ৰিফা ইয়াছমিন।
জিলা:মৰিগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)