তোমাৰ পৰা
তোমাকেই ধাৰত
নিব খোজো ৷
তোমাতকৈও
দুগুণ বেছি
ভালপায়
তোমাক মই
সুতেমূলে ঘুৰাই
দিব নিবিচাৰোঁ ৷
লাগিলে হওঁক
মোৰ জেল জৰিমনা,
বিনাদ্বিধাই মই
তোমাৰ কাৰণে
জেল খাটিব পাৰোঁ,
লাগিলে মই
জৰিমনাও ভৰিম
তথাপিও তোমাক
ঘুৰাই দিব নোৱাৰিম ৷
✍️ছাইফুদ্দিন আহমেদ