আবেলি বৰষুণ-ৰঙিলী লই্ং

আবেলি বৰষুণ
অ 'মোৰ আবেলি বৰষুণ 
কিমান যে বাট তোমালৈ
আহিবা তুমি চমৎকাৰ হৈ 
জীৱনৰ  প্ৰতিটো খোজত 

মন যায় আবেলি বৰষুণ
ৰং ধেমালি খেলিব 
পাহৰিব পাৰিবা সেই আবেলি বৰষুণৰ কথা 
মনত নপৰিবনে তোমাৰ

তোমাৰ কাৰণে নহ'লো এজন (বিখ্য়া) 
সদায় তোমাৰ কাষত থাকিবলৈ
নহলোঁ তোমাৰ কাৰনে উপযুক্ত
জীৱনত জানোঁ পাহৰিম 
আবেলি বৰষুণৰ কথা 
মনত নপৰিবনে তোমাক
আবেলি বৰষুণ এজাক বাউলি বতাহ
হৃদয়ত লিখিছো  তোমাৰ বৰ্ণনা 
এজাক আবেলি বৰষুণৰ মৰম।



Post a Comment

Previous Post Next Post