আবেলি বৰষুণ-ৰঙিলী লই্ং

Rinku Rajowar
0
আবেলি বৰষুণ
অ 'মোৰ আবেলি বৰষুণ 
কিমান যে বাট তোমালৈ
আহিবা তুমি চমৎকাৰ হৈ 
জীৱনৰ  প্ৰতিটো খোজত 

মন যায় আবেলি বৰষুণ
ৰং ধেমালি খেলিব 
পাহৰিব পাৰিবা সেই আবেলি বৰষুণৰ কথা 
মনত নপৰিবনে তোমাৰ

তোমাৰ কাৰণে নহ'লো এজন (বিখ্য়া) 
সদায় তোমাৰ কাষত থাকিবলৈ
নহলোঁ তোমাৰ কাৰনে উপযুক্ত
জীৱনত জানোঁ পাহৰিম 
আবেলি বৰষুণৰ কথা 
মনত নপৰিবনে তোমাক
আবেলি বৰষুণ এজাক বাউলি বতাহ
হৃদয়ত লিখিছো  তোমাৰ বৰ্ণনা 
এজাক আবেলি বৰষুণৰ মৰম।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)