সাধাৰণ জ্ঞান- সমাজ বিজ্ঞান

Rinku Rajowar
0
1.গংগা নদীৰ উৎপত্তি স্হল ক'ত?
Ans=গংগোত্রী হিমবাহ।(Uttarakhand)
2.ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ কিমান?
=2900 KM
3.ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল পোৱা যায়?
=মধ্যপ্ৰদেশ।
4.আয়তনৰ ফালৰ পৰা ভাৰতৰ আটাতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি?
=ৰাজস্হান।
5.ভাৰতৰ প্ৰথমটো নদী প্ৰকল্প?
=দামোদৰ ভেলি প্ৰজেক্ট।
6.ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান?
=জিম কৰবেট।
7.zojila (জজিলা)কি?(TET2019)
=গিৰিপথ(mountain pass)
8.কৰ্কট-ক্ৰান্তি ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে?
=৮খন।
9.কোন দুখন নদীয়ে Estuary নিৰ্মাণ কৰে?
=নৰ্মদা আৰু Tapti ।
10.কিলিমাঞ্জাৰো হৈছে এটা?(TET2019)
=জ্বালামুখী।
11.পৃথিৱীৰ বৃহৎতম বৰদ্বীপ সুন্দৰবন কোন দুখন নদী লগ হৈ নিৰ্মিত হৈছে?
=ব্ৰহ্মপুত্ৰ আৰু গংগা।
12.কাবেৰি নদী জলবিৱাদ কোন দুখন ৰাজ্যক লৈ সৃষ্টি হৈছে?
=কৰ্ণাটক আৰু তামিল নাডু।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)