- ১৫৫৬ - পাণি পথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয়।
- ১৯১৪ - গ্ৰেট ব্ৰিটেইনে চাইপ্ৰাছ অধিকাৰ কৰে।
- ১৯১৬ - পোলেণ্ডে স্বাধীনতা লাভ কৰে।
- ১৯২০ - ভাৰতীয় ৰেডক্ৰছ সন্থা গঠন কৰা হয়।
- ১৯৭৭ - ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে হিন্দী ভাষাত ভাষণ প্ৰদান কৰে।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব