অসমীয়া দৈনিক সাধাৰণ জ্ঞান

Rinku Rajowar
0
প্ৰশ্ন ঃ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ ঃ বিষ্ণুৰাম মেধি।

প্ৰশ্ন ঃ অসমীয়া ভাষাৰ প্ৰথম নাটকখনৰ নাম কি আছিল ?
উত্তৰ ঃ চিহ্নযাত্ৰা।

প্ৰশ্ন ঃ অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি আছিল ?
উত্তৰ ঃ অৰুণোদই।

প্ৰশ্ন ঃ অসমৰ প্ৰথম মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ ঃ কটন কলেজ, গুৱাহাটীত (১৯০১ চনত)

প্ৰশ্ন ঃ অসমৰ প্ৰথম দৈনিক কাকত খনৰ নাম কি আছিল ?
উত্তৰ ঃ দৈনিক বাতৰি।

প্ৰশ্ন ঃ অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি আছিল ?
উত্তৰ ঃ দি আসাম ত্ৰিবিউন। 

প্ৰশ্ন ঃ অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ নাম কি আছিল ?
উত্তৰ ঃ অসমীয়া ল'ৰাৰ মিত্ৰ।

প্ৰশ্ন ঃ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপিত কোন আছিল?
উত্তৰ ঃ পদ্মনাথ গোহাঞিবৰুৱা।

প্ৰশ্ন ঃ কোনজন আহোম ৰজাই প্ৰথম মুদ্ৰা প্ৰচলন কৰিছিল ?
উত্তৰ ঃ ৰুদ্ৰসিংহই।
প্ৰশ্ন ঃ অসমৰ প্ৰথম কথাছবি নিৰ্মাতা কোন আছিল ?
উত্তৰ ঃ জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰশ্ন ঃ প্ৰথম অসমীয়া মহিলা পাইলট কোন আছিল ?
উত্তৰ ঃ ধীৰা চলিহা।

প্ৰশ্ন ঃ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি আছিল ?
উত্তৰ ঃ এৰা বাটৰ সুৰ (১৯৫৬ চনত)

প্ৰশ্ন ঃ ইংৰাজী ভাষাত বেছি ব্যৱহাৰ হোৱা শব্দটো কি ?
উত্তৰ ঃ দি

প্ৰশ্ন ঃ অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ পুথিখন কি আছিল ?
উত্তৰ ঃ অমীয়া ব্যাকৰণ, হেমচন্দ্ৰ বৰুৱা।

প্ৰশ্ন ঃ অসমৰ প্ৰথম ভাষা আন্দোলন কেতিয়া হৈছিল ?
উত্তৰ ঃ ১৯৬০ চনত।

প্ৰশ্ন ঃ অসমীয়া ভাষাত প্ৰচলন কৰা প্ৰথম বুৰঞ্জী খন কি আছিল ?
উত্তৰ ঃ অসম বুৰঞ্জী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)