আজিৰ দিনটোৰ বিশেষত্ব-১৬ নৱেম্বৰ

❇️১৯৯৮ চনৰ আজিৰ দিনটোত নামেৰী অভয়াৰণ্যক " নামেৰী ৰাষ্ট্ৰীয় উদ্যান " হিচাপে ঘোষণা কৰা হয়।
❇️প্ৰসিদ্ধ বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে।
❇️আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। আজিৰ দিনটোতে কোকৰাঝাৰৰ বাসুগাঁৱত বড়ো সাহিত্য সভা গঠিত হয়।
❇️১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হয়।
❇️১৯৯২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ পৰলোক প্ৰাপ্তি হয়।
❇️ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে। তেওঁৰ প্ৰকৃত নাম মণিকাৰ্ণিকা।
মুক্তিৰ লগেই লগেই জনপ্ৰিয় হোৱা ‘‘হোৱাই দিছ কোলাৱেৰী ডি’’ শীৰ্ষক গীতটো ২০১১ চনৰ আজিৰ দিনটোতেই এই গীতটো মুক্তি দিয়া হৈছিল। গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send