❇️প্ৰসিদ্ধ বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে।
❇️আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। আজিৰ দিনটোতে কোকৰাঝাৰৰ বাসুগাঁৱত বড়ো সাহিত্য সভা গঠিত হয়।
❇️১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হয়।
❇️১৯৯২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ পৰলোক প্ৰাপ্তি হয়।
❇️ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে। তেওঁৰ প্ৰকৃত নাম মণিকাৰ্ণিকা।
মুক্তিৰ লগেই লগেই জনপ্ৰিয় হোৱা ‘‘হোৱাই দিছ কোলাৱেৰী ডি’’ শীৰ্ষক গীতটো ২০১১ চনৰ আজিৰ দিনটোতেই এই গীতটো মুক্তি দিয়া হৈছিল। গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ