উত্তৰ :-মণিৰাম দেৱান।
২).কিমান চনলৈকে" অৰুণোদই" কাকত খন চলিছিল?
উত্তৰ :-১৮৮০
৩).ইংৰাজী"The pilgrim's progress "ক "যাত্রিকৰ যাত্রা" নাম দি কোনে অনুবাদ কৰিছিল?
উত্তৰ :-ড°নাথান ব্ৰাউন
৪)"যোচেফৰ কাহিনী" আৰু যিশুখৃষ্টৰ জীৱনী" কোনে ৰচনা কৰিছিল?
উত্তৰ :-ড°নাথান ব্ৰাউন
৫)"ফুলমণি আৰু কৰুণা" অনুবাদক কোন?
উত্তৰ :-এ.কে গাৰ্ণী
৬)অল্ড টেষ্টামেন্টৰ ৰ অনুবাদক কোন?
উত্তৰ :-এ.কে গাৰ্ণী
৭)কি ভাষাৰ পৰা old testament খন অনুবাদ কৰা হৈছিল?
উত্তৰ :-হিব্ৰু ভাষাৰ
৮)"সৰগৰ বিৱৰণ", "নৰকৰ বিৱৰণ" ,আৰু তীৰ্থৰ বিৱৰণ"- এই ৰচনাসমূহ কাৰ
উত্তৰ :- নিধিলিবাই ফাৰোৱেল
৯)"পদাৰ্থ-সাৰ" কি বিষয়ক ৰচনা?
উত্তৰ :-খৃষ্টধৰ্ম প্ৰচাৰ প্ৰত্রিকা।
১০)"ইংৰাজী অসমীয়া শব্দকোষ" কোনে লিখিছিল
উত্তৰ :-শ্ৰীমতী এচ.আৰ. ৱাৰ্ড ।
১১)"ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ" কাৰ ৰচনা
উত্তৰ :-Mrs.cutter(শ্ৰীমতী কাট্টাৰ)
১২)"ইংলেণ্ডৰ বিৱৰণ" ৰ ৰচক কোন?
উত্তৰ :-আনন্দৰাম ঢেকিয়াল ফুকন
১৩)"বঙ্গদেশত ৰামমোহন ৰায় যেনে, অসমৰ আনন্দৰাম ঢেকিয়াল ফুকনো তেনে"---- কোনে কৈছিল???
উত্তৰ :-কৰ্ণেল হপকিন্্ৰচন্
১৪)"কলিভাৰত" কোনে লিখিছিল?
উত্তৰ :-দুতিৰাম হাজৰিকা।
১৫)"আচাৰ্য সংহতি" আৰু " উৎকল খণ্ড" কাৰ ৰচনা
উত্তৰ :-দীননাথ বেজবৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ