অৰুণোদই যুগৰ কেইটিমান মহত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ

"বুৰঞ্জীবিৱেক ৰত্ন" কাৰ ৰচনা?

উত্তৰ :-মণিৰাম দেৱান।


২).কিমান চনলৈকে" অৰুণোদই" কাকত খন চলিছিল?

উত্তৰ :-১৮৮০


৩).ইংৰাজী"The pilgrim's progress "ক "যাত্রিকৰ যাত্রা" নাম দি কোনে অনুবাদ কৰিছিল?

উত্তৰ :-ড°নাথান ব্ৰাউন


৪)"যোচেফৰ কাহিনী" আৰু যিশুখৃষ্টৰ জীৱনী" কোনে ৰচনা কৰিছিল?

উত্তৰ :-ড°নাথান ব্ৰাউন


৫)"ফুলমণি আৰু কৰুণা" অনুবাদক কোন?

উত্তৰ :-এ.কে গাৰ্ণী


৬)অল্ড টেষ্টামেন্টৰ ৰ অনুবাদক কোন?

উত্তৰ :-এ.কে গাৰ্ণী


৭)কি ভাষাৰ পৰা old testament খন অনুবাদ কৰা হৈছিল?

উত্তৰ :-হিব্ৰু ভাষাৰ


৮)"সৰগৰ বিৱৰণ", "নৰকৰ বিৱৰণ" ,আৰু তীৰ্থৰ বিৱৰণ"- এই ৰচনাসমূহ কাৰ

উত্তৰ :- নিধিলিবাই ফাৰোৱেল


৯)"পদাৰ্থ-সাৰ" কি বিষয়ক ৰচনা?

উত্তৰ :-খৃষ্টধৰ্ম প্ৰচাৰ প্ৰত্রিকা।


১০)"ইংৰাজী অসমীয়া শব্দকোষ" কোনে লিখিছিল

উত্তৰ :-শ্ৰীমতী এচ.আৰ. ৱাৰ্ড ।


১১)"ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ" কাৰ ৰচনা

উত্তৰ :-Mrs.cutter(শ্ৰীমতী কাট্টাৰ)


১২)"ইংলেণ্ডৰ বিৱৰণ" ৰ ৰচক কোন?

উত্তৰ :-আনন্দৰাম ঢেকিয়াল ফুকন


১৩)"বঙ্গদেশত ৰামমোহন ৰায় যেনে, অসমৰ আনন্দৰাম ঢেকিয়াল ফুকনো তেনে"---- কোনে কৈছিল???

উত্তৰ :-কৰ্ণেল হপকিন্্ৰচন্


১৪)"কলিভাৰত" কোনে লিখিছিল?

উত্তৰ :-দুতিৰাম হাজৰিকা।


১৫)"আচাৰ্য সংহতি" আৰু " উৎকল খণ্ড" কাৰ ৰচনা

উত্তৰ :-দীননাথ বেজবৰুৱা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send