উ÷তৰুণৰাম ফুকন ।
২) আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উ÷১২২৮ খ্ৰীষ্টাব্দত ।
৩) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উ÷স্বৰ্গদেউ চাওলুং চুকাফা ।
৪) অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল?
উ÷যোৰহাট ।
৫) স্বাধীনতা আন্দোলনৰ সময়ত কোনে "মৃত্যু বাহিনী" গঠন কৰিছিল?
উ÷পুষ্পলতা দাস ।
৬)কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল?
উ÷প্ৰমত্ত সিংহ ।
৭)"অসমীয়া সাহিত্যৰ বুৰঞ্জী" ৰ লেখক কোন?
উ÷দেৱেন্দ্ৰনাথ বেজবৰুৱা ।
৮)কাৰ নেতৃত্বত অসমত প্ৰথম ১৮২৮ চনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল?
উ÷গোমধৰ কোঁৱৰ ।
৯)"India against Itself"গ্ৰন্থখনৰ লেখক কোন?
উ÷ড'সঞ্জীৱ বৰুৱা ।
১০)কোন খন জিলাক অসমৰ পৰা পৃথক কৰি ১৯৪৭ চনত পূব পাকিস্তান( বৰ্তমান বাংলাদেশ)ৰ লগত চামিল কৰা হৈছিল?
উ÷ছিলেট ।
১১) কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল?
উ÷ভাৰত ত্যাগ আন্দোলন ।
১২) পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত?
উ÷ভাৰত আৰু ম্যানমাৰ ।
১৩) অসমৰ কোনখন ঠাইক হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়?
উ÷ পঞ্চতীৰ্থ হাজো ।
১৪) আহোম সকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল?
উ÷চৰাইদেউ ।
১৫) আহোম সকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত?
উ÷যোৰহাট ।
১৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
উ÷৪৩০ বৰ্গকিলোমিটাৰ ।
১৭) অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে?
উ÷কাৰ্বি আংলং ।
১৮) পানী দিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷শিৱসাগৰ ।
১৯)ড'ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল?
উ÷১৯৯২ চনত ।
২০)মে-ডাম-মে-ফী কেতিয়া পালন কৰা হয়?
উ÷৩১ জানুৱাৰী ।
২১) অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়?
উ÷১ অক্টোবৰ ।
২২)বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
উ÷১৯৫২ চনত ।
২৩) অসমীয়া বোলছবি"শুকুন্তলা" কোনে পৰিচালনা কৰিছিল?
উ÷ড'ভূপেন হাজৰিকা ।
২৪) জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি?
উ÷ইন্দ্ৰমালতী ।
২৫)"ইন্দ্ৰমালতী" কিমান চনত মুক্তি লাভ কৰিছিল?
উ÷১৯৩৯ চনত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ