অবাটেদি- বাণীকান্ত লহকৰ

চোৰে  নেৰে চৌৰ্য্য প্ৰবৃত্তি
ৰাজনীতিকে চল-চাতুৰি 
লাগিলে নিমাখিতৰ  যাওঁক
ছাল বাকলি ।

স্ব-প্ৰতিষ্ঠা কিযে প্ৰতাৰণা!
মিথ্যা ভেল্কি বাজী 
আভুৱা কথা 
এনেকৈয়ে এদিন উঠি ৰজা ।

কিয় নকপিল বুকু 
নিবিষালে বুকুৰ কলিজা 
কোঁচৰ কেঁচুৱাক অঘৰী কৰি 
আনক বহুৱালৈ!!

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send