Home বাণীকান্ত লহকৰ অবাটেদি- বাণীকান্ত লহকৰ অবাটেদি- বাণীকান্ত লহকৰ person©Admin November 04, 2021 0 share চোৰে নেৰে চৌৰ্য্য প্ৰবৃত্তিৰাজনীতিকে চল-চাতুৰি লাগিলে নিমাখিতৰ যাওঁকছাল বাকলি ।স্ব-প্ৰতিষ্ঠা কিযে প্ৰতাৰণা!মিথ্যা ভেল্কি বাজী আভুৱা কথা এনেকৈয়ে এদিন উঠি ৰজা ।কিয় নকপিল বুকু নিবিষালে বুকুৰ কলিজা কোঁচৰ কেঁচুৱাক অঘৰী কৰি আনক বহুৱালৈ!! Tags কবিতাবাণীকান্ত লহকৰ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ