হাৰ্টথ্ৰৱ্: জুবিন দা -চিন্ময় ডেকা

Rinku Rajowar
0
মৰমৰ জুবিন দা
সুৰৰ আধাৰ 
সুৰৰ চৰ্চা,
গীতৰ ভাষাৰে
বিশ্ব জিনিলা।
ঐনিতমৰ ঝংকাৰে,
দেশ বাসীৰ মন মুহিলা।
তোমাৰ অজস্র সৃষ্টি শলিতাৰে এনাজৰীৰে,
প্ৰাণৰ, আবেগত থিতাপি ল'লা....
যুৱপ্ৰজন্মৰ হৃদয়ত;
হাৰ্টথ্ৰৱ্ জুবিন গাৰ্গৰ দৰে।
পৰিচিত হ'লা....
"মৰমৰ জুবিন দা"
তোমাৰ গীতৰ ছন্দোময়ী ভাষাত
বিচাৰি পাওঁ জীৱন জীয়াৰ সহিষ্ণুতা।
জাতি-জনগোষ্ঠী, ভেদা-ভেদ পৰিহাৰ কৰি
বিলাই দিলা অলেখ গীতত অমৰত্ব সুৰৰ মূৰ্চ্ছনাচ।
সকলোৰে আদৰৰ,
"মৰমৰ জুবিন দা"
ওপজা দিনত কৰিছোঁ, তোমাৰ সুস্বাস্থ্য দীৰ্ঘদিনৰ কামনা।

✍️চিন্ময় ডেকা, টংলা
দূৰভাষ:-৬০০২৬৬৬৫৯৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)